অসম

assam

তেজপুৰত চিআৰপিএফ জোৱানৰ আকস্মিক মৃত্যু

By

Published : Jun 17, 2020, 6:48 PM IST

তেজপুৰত আকস্মিকভাৱে মৃত্যুক আঁকোৱালি লৈছে এগৰাকী চিআৰপিএফ জোৱানে ৷ ৰাজস্থানৰ জয়পুৰৰ জোৱানগৰাকী চিআৰপিএফৰ ৩০নং বেটেলিয়নত কৰ্মৰত আছিল ৷

Sudden death of a betalian of crpf tezpur sonitpur assam etv bharat news
চিআৰপিএফ জোৱানৰ আকস্মিক মৃত্যু

তেজপুৰ, 17 জুন: বুধবাৰে পুৱা আকস্মিকভাৱে মৃত্যু ঘটে তেজপুৰৰ চাৰিদুৱাৰৰ এগৰাকী চিআৰপিএফ জোৱানৰ । ৰাজস্থানৰ জয়পুৰৰ জোৱানগৰাকী চিআৰপিএফৰ ৩০নং বেটেলিয়নত কৰ্মৰত আছিল ৷ বিগত তিনিদিনে আঘাতপ্ৰাপ্ত জোৱানগৰাকী তেজপুৰস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল বুলি জানিব পৰা গৈছে ৷

চিআৰপিএফ জোৱানৰ আকস্মিক মৃত্যু

ইতিমধ্যে প্ৰহ্লাদ ৰেগাৰ নামৰ 47 বছৰীয়া জোৱানগৰাকীৰ মৃতদেহ গুৱাহাটী বিমানবন্দৰ অভিমুখে প্ৰেৰণ কৰা হৈছে ৷ ইয়াৰ পিছত বিমানেৰে নতুন দিল্লীলৈ মৃতদেহটো নিয়াৰ পিছত গৃহৰাজ্য ৰাজস্থানলৈ নিয়াৰ কথা প্ৰকাশ কৰে কোম্পানীৰ কমাণ্ডেণ্ট দীনেশ সিং চান্দেলে ৷

লগতে চাওকঃগুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুকলি তৃতীয়টো Covid 19 পৰীক্ষাগাৰ

ABOUT THE AUTHOR

...view details