তেজপুৰ,9 ফেব্ৰুৱাৰী: লাডাখত চীনৰ পিএলএ সৈন্যৰ লগত ভাৰতীয় সেনাৰ ৯ম লানি বৈঠক সমাপ্তি হোৱাৰ পিছত চীনা সৈন্যই ফিংগাৰ 4 আৰু 7ত চীনা সৈন্যই অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ সজ্জিত কৰি ৰাখিছে বুলি ইতিমধ্যে খবৰ প্ৰকাশ পাইছে । কিন্ত বিগত ২০২০ চনৰ পৰা বৰ্তমানলৈকে শীৰ্ষ কামাণ্ডাৰ পৰ্যায়ৰ নৱম লানি আলোচনা কৰাৰ পিছতো চীনা সৈন্যই পেংঙ্গ-চুৰ ফিংগাৰ অঞ্চলৰ তিনিটা চেক্টৰত নতুন নিৰ্মাণ আৰু অত্যাধিক মিলিটেৰী সামগ্ৰীৰ যুগুত কৰিছে বুলি জানিব পৰা গৈছে । সীমান্তৰ লাইন অব একচুৱেল কংট্ৰল পৰা মাত্ৰ 82 কিলোমিটাৰ দূৰত্বত 35 খন গধুৰ সেনাৰ বাহন আৰু চাৰিটা 155 এম,এম , ৰপি.এল.জি. 83 খন অত্যাধুনিক সামগ্ৰী চীনৰ পিএলএ য়ে নতুনকৈ স্থাপন কৰি ৰাখিছে পূৱ লাডাখত ।
পূব লাডাখৰ সীমান্তত চীনা সৈন্যৰ নতুন কৌশল - Indo-European China
বিগত ২০২০ চনৰ পৰা বৰ্তমানলৈকে শীৰ্ষ কামাণ্ডাৰ পৰ্যায়ৰ নৱম লানি আলোচনা কৰাৰ পিছতো চীনা সৈন্যই পেংঙ্গ-চুৰ ফিংগাৰ অঞ্চলৰ তিনিটা চেক্টৰত নতুন নিৰ্মাণ আৰু অত্যাধিক মিলিটেৰী সামগ্ৰীৰ যুগুত কৰিছে বুলি জানিব পৰা গৈছে । সীমান্তৰ লাইন অব একচুৱেল কংট্ৰল পৰা মাত্ৰ 82 কিলোমিটাৰ দূৰত্বত 35 খন গধুৰ সেনাৰ বাহন আৰু চাৰিটা 155 এম,এম , ৰপি.এল.জি. 83 খন অত্যাধুনিক সামগ্ৰী চীনৰ পিএলএ য়ে নতুনকৈ স্থাপন কৰি ৰাখিছে পূৱ লাডাখত ।
পূব লাডাখৰ সীমান্তত চীনা সৈন্যৰ নতুন কৌশল
উল্লেখযোগ্য যে, মনিব নোৱাৰা অৱস্থাত ২০ খনকৈ মিলিটেৰী গাড়ী এলঅচি ৰ পৰা 16 কিলোমিটাৰ দূৰত্বত ডিচেম্বৰ মাহৰ পৰা স্থাপন কৰি ৰাখিছে চীনা সৈন্যই । মনকৰিবলগীয়া যে, পিএলএ সৈন্যই পূৰ্বৰে পৰা ১,৫৯৭ কিলোমিটাৰ লাডাখৰ সমীপত পিএলএ সম্পূৰ্ণৰূপে সষ্টম কৰি ৰাখিছে । কিন্তু চীনা সৈন্যৰ এই নতুন অৱস্থিতি আৰু ঠাই সলনি এক গুৰুত্বপূৰ্ণ বিষয় আজিৰ তাৰিখত ।
লগতে পঢ়কঃ নগাঁৱত ধূলিৰ বিৰুদ্ধে পথ অৱৰোধ কৰি ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ