অসম

assam

ETV Bharat / state

ৰঙাপৰা-বালিপৰাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ - ৰঙাপৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

সম্প্ৰতি আইনলৈ পৰিণত জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীত ৰঙাপৰাত যুৱ ছাত্ৰ পৰিষদৰ অনশন ৷ লগতে বালিপৰা নাগৰিক সমাজে অৱস্থান ধৰ্মঘট কাৰ্যসূচী আৰু শিল্পী সমাজে গীত-মাতৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

Rongapora-Balipora CAA protest
ৰঙাপৰা-বালিপৰাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Dec 16, 2019, 7:57 PM IST

ৰঙাপৰা, 16 ডিচেম্বৰঃ ৰঙাপৰা-বালিপৰাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ সম্প্ৰতি আইনলৈ পৰিণত জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীত ৰঙাপৰাত যুৱ ছাত্ৰ পৰিষদে অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আনহাতে,বালিপৰা নাগৰিক সমাজে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে আৰু শিল্পী সমাজে গীত-মাতৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

ABOUT THE AUTHOR

...view details