অসম

assam

ETV Bharat / state

তেজপুৰ এফ চি আইত অনিয়মৰ অভিযোগ - জাৰ্নেলিষ্ট ইউনিয়ন

যোগান বিভাগৰ অধীনত হোৱা নিবিদাত অনিয়মৰ বিস্ফোৰক অভিযোগ ৷ পশ্চিম তেজপুৰ আঞ্চলিকৰ সভাপতি ভাস্কৰ পটংগীয়াৰ এই অভিযোগ

তেজপুৰ এফ চি আইত অনিয়মৰ অভিযোগ

By

Published : Jun 28, 2019, 7:54 PM IST

তেজপুৰ, 28 জুন: তেজপুৰত ভাৰতীয় খাদ্য নিগমৰ নিবিদাকলৈ ভয়ংকৰ অনিয়মৰ অভিযোগ। তেজপুৰস্থিত খাদ্য আৰু যোগান বিভাগৰ অধীনত হোৱা এই নিবিদাত অনিয়মৰ বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে পশ্চিম তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই ৷ তথ্য জনাৰ অধিকাৰ আইনৰ ভিত্তিত আহৰণ কৰা তথ্যত জি এছ টি অবিহনে নিবিদা লাভ কৰা বুলি উল্লেখ কৰে পশ্চিম তেজপুৰ আঞ্চলিকৰ সভাপতি ভাস্কৰ পটংগীয়াই । শুকুৰবাৰে শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভা কক্ষত এক সংবাদ মেলৰ জৰিয়তে জিলা উপায়ুক্তক সমগ্ৰ ঘটনাৰ এক উচিত তদন্ত কৰাৰ দাবী জনায় নেতাগৰাকীয়ে ৷

তেজপুৰ এফ চি আইত অনিয়মৰ অভিযোগ

ABOUT THE AUTHOR

...view details