শিৱসাগৰ,30 আগষ্টঃ শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট ৷ চাৰি দফীয়া দাবী পূৰণৰ সন্দৰ্ভত ৰংঘৰ প্ৰাংগণত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ৰংপুৰ আঞ্চলিকৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট। শিৱসাগৰৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহ বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰাৰ লগতে ঐতিহাসিক সম্পদ সমূহ বেদখলকাৰীৰ কৱলৰ পৰা মুক্ত কৰাৰ দাবী উত্থাপন তাই আহোম ছাত্ৰ সন্থাৰ। লগতে জয়সাগৰ পুখুৰীৰ পাৰত ষ্ট্ৰীট লাইট ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰিছে জনগোষ্ঠীয় সংগঠনটোৱে ।
চাৰি দফীয়া দাবী পূৰণৰ সন্দৰ্ভত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ধৰ্মঘট
শিৱসাগৰৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহ বিজ্ঞানসন্মতভাবে সংৰক্ষণ কৰাৰ লগতে ঐতিহাসিক সম্পদ সমূহ বেদখলকাৰীৰ কৱলৰ পৰা মুক্ত কৰাৰ দাবী উত্থাপন তাই আহোম ছাত্ৰ সন্থাৰ
চাৰি দফীয়া দাবী পূৰণৰ সন্দৰ্ভত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ধৰ্মঘট
অনহাতে,৫০০ খন বিচনাযুক্ত জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মেডিচিন বিভাগৰ চিকিৎসক নিযুক্তিৰো দাবী উত্থাপন কৰিছে ৰংপুৰ আঞ্চলিক সমিতিয়ে ।