শিৱসাগৰ,6 জুন: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শিৱসাগৰৰ বিভিন্ন স্থানত শনিবাৰে উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস(World Environment Day) ৷ শনিবাৰে মাৰোৱাড়ী যুৱ মঞ্চৰ প্ৰগতি শাখাৰ উদ্যোগত থানুৰাম গগৈ মেম'ৰিয়েল বিদ্যালয়ত উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস(World Environment Day)।
শিৱসাগৰত উদযাপন বিশ্ব পৰিৱেশ দিৱস - Trees Planting
শিৱসাগৰৰ মাৰোৱাড়ী যুৱ মঞ্চৰ প্ৰগতি শাখাৰ উদ্যোগত থানুৰাম গগৈ মেম'ৰিয়েল বিদ্যালয়ত উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস(World Environment Day)। বিশ্ব পৰিৱেশ দিৱস(World Environment Day)ৰ লগত সংগতি ৰাখি সংগঠনটোৱে বিদ্যালয় চৌহদত গছপুলি ৰোপণ(Trees Planting) কৰাৰ লগতে চেনিটেৰি নেপকিন প্ৰস্তুত কৰা এটা মেচিন আৰু বিনামূলীয়াকৈ এটা অক্সিজেন চিলিণ্ডাৰ প্ৰদান কৰে ।
শিৱসাগৰ উদযাপন বিশ্ব পৰিৱেশ দিৱস
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সংগঠনটোৱে বিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণ(Trees Planting) কৰাৰ লগতে চেনিটেৰি নেপকিন প্ৰস্তুত কৰা এটা মেচিন আৰু বিনামূলীয়াকৈ এটা অক্সিজেন চিলিণ্ডাৰ প্ৰদান কৰে । উল্লেখ্য যে, পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ হকে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনাই মাৰোৱাড়ী যুৱ মঞ্চৰ প্ৰগতি শাখাৰ লগতে থানুৰাম গগৈ মেম’ৰিয়েল বিদ্যালয় কৰ্তৃপক্ষই ৷