আমগুৰি, ৪ ফেব্ৰুৱাৰী: যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশৰ সাধাৰণ সম্পাদক তপন কুমাৰ গগৈয়ে সমষ্টিৰ চামগুৰি অঞ্চলৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা কেইজনমান ব্যক্তিক ব্যক্তিগত ভাৱে আৰ্থিক সাহায্য প্ৰদান কৰে জিলাখনত ।
দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগীলৈ আৰ্থিক সাহাৰ্য সাংসদ তপন গগৈৰ
দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা কেইজনমান ব্যক্তিক ব্যক্তিগত ভাৱে আৰ্থিক সাহাৰ্য প্ৰদান যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশৰ সাধাৰণ সম্পাদক তপন কুমাৰ গগৈ
দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগীলৈ আৰ্থিক সাহাৰ্য সাংসদ তপন গগৈৰ
উল্লেখ্য যে যোৱা ৩০ জানুৱাৰী, ২০২১ তাৰিখে চামগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপনৰ বাবে আয়োজিত এখন সভাত ৰোগীকেইজনৰ পৰিয়ালৰ লোকে সাংসদজনক সাক্ষাৎ কৰি ৰোগী কেইজনৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য বিচাৰি আবেদন জনাইছিল। পৰিয়ালৰ লোকে জনোৱা এই আবেদনৰ প্ৰতি সঁহাৰি জনাই সাংসদজনে চিকিৎসাধীন হৈ থকা হাছান আলী,ৰফিকুল হুছেইন আৰু বুলি গোঁহাই বৰুৱাৰ পৰিয়ালক আৰ্থিক সহায় আগবঢ়াই ।
লগতে চাওকঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে চাইক্লিং ব্যৱস্থাৰ সংযোগ