অসম

assam

শিৱসাগৰত আহোম যুৱতী মহিলাৰ জেং বিহুৰ প্ৰস্তুতি

By

Published : Apr 4, 2019, 4:05 AM IST

Updated : Apr 4, 2019, 8:14 AM IST

চাওতে চাওতে পদূলিমুখ পালেহি হেঁপাহৰ বিহুটি । চৌদিশে মাথো এতিয়া বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ ঠায়ে ঠায়ে ডেকা-গাভৰুসকল ব্যস্ত বিহুৰ আখৰাত পিচপৰি ৰোৱা নাই আহোম যুৱক-যুৱতী, মহিলাসকলো ৷

শিৱসাগৰত আহোম যুৱতী মহিলাৰ জেং বিহুৰ প্ৰস্তুতি

শিৱসাগৰ, 3 এপ্ৰিল : চাওতে চাওতে পদূলিমুখ পালেহি হেঁপাহৰবিহুটি । চৌদিশে মাথো এতিয়া বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ ঠায়ে ঠায়ে ডেকা-গাভৰুসকলব্যস্ত বিহুৰ আখৰাত পিচপৰিৰোৱা নাই আহোম যুৱক-যুৱতী, মহিলাসকলো ৷ ডিমৌৰ বকতা পাৰিজাত অঞ্চলৰ টাই আহোম জনগোষ্ঠীয় যুৱতী আৰু মহিলাসকলে চলাইছে জেং বিহুৰ প্ৰস্তুতি ৷ আহোমসকলৰ জেং বিহুক পুনৰজীৱিত কৰি তোলাৰ মানসেৰেএইবেলি শিৱসাগৰ পাটসাকোত বিশেষ প্ৰস্তুতি চলাইছে ডিমৌৰ টাই আহোম যুৱতী তথা মহিলাসকলে ৷ চেংনাং নামেৰে এটি জেং বিহুৰ দল গঠন কৰি বিগত এমাহ ধৰি টাই ভাষাতে এনেদৰেই জেং বিহুৰ আখৰা কৰিছে এওঁলোকে ৷

ৰঙালীক আদৰিবলৈ সাজু ৰাজ্যবাসী
Last Updated : Apr 4, 2019, 8:14 AM IST

ABOUT THE AUTHOR

...view details