অসম

assam

ETV Bharat / state

আমগুৰিত শক্তি বিভাগৰ কাৰ্যালয় ঘেৰাও ৰাইজৰ - শক্তি বিভাগ

শক্তি বিভাগ মুৰ্দাবাদ,আমগুৰি বিদ্যুৎ বিষয়া গ'বেক,শক্তিমন্ত্ৰী মুৰ্দাবাদ,ধ্বনিৰে উত্তাল আমগুৰি ৷ শক্তি বিভাগৰ কৰ্মকাণ্ডত অতীষ্ঠ ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

শক্তি বিভাগৰ কাৰ্যালয় ঘেৰাও

By

Published : Jul 15, 2019, 8:47 PM IST

শিৱসাগৰ,15 জুলাই: আমগুৰিত শক্তি বিভাগৰ কাৰ্যালয় ঘেৰাও লালিম ছিগাৰ ৰাইজৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৷ অসম শক্তি বিতৰণ কোম্পানীৰ কাণ্ডত অতীষ্ঠ হৈ লালিম ছিগাৰ ৰাইজে গ্ৰহণ কৰিলে এই কাৰ্যসূচী ৷ প্ৰতিমাহে বিদ্যুতৰ বিল প্ৰেৰণ কৰি অহাৰ পাচতো সাধাৰণ ৰাইজক ৫০ হাজাৰ পৰ্যন্ত বিদ্যুৎ বিল প্ৰেৰণত ক্ষুণ্ণ হৈ পৰা ৰাইজে অৱশেষত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

শক্তি বিভাগৰ কাৰ্যালয় ঘেৰাও
উল্লেখ্য যে,অতিৰিক্ত বিদ্যুতৰ বিল প্ৰেৰণ সন্দৰ্ভত আমগুৰি বিদ্যুৎ বিভাগৰ বিষয়াক ভুক্তভোগী ৰাইজে স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও বিষয়াগৰাকীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাত কাৰ্যালয় ঘেৰাও কৰিবলৈ বাধ্য হয় ৰাইজ।

ABOUT THE AUTHOR

...view details