আমগুৰি,12মাৰ্চ:ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলৰ নেতাসকলৰ লগতে সদস্য সকলৰ মাজতো চলিছে দল বাগৰাৰ ৰাজনীতি ৷ এটা দলৰ পৰা আন এটা দললৈ যোৱাৰ বাবে যেন চলিছে অঘোষিত প্ৰতিযোগিতা ৷ সমষ্টিয়ে সমষ্টিয়ে দেখা গৈছে দল ত্যাগ কৰি আন দলত যোগদান কৰাৰ দৃশ্য। ব্যতিক্ৰম নহ'ল শিৱসাগৰৰ শলগুৰি গাঁও পঞ্চায়তৰ কংগ্ৰেছ কৰ্মী সকলো ৷ প্ৰায় দুই শতাধিক কৰ্মীয়ে দলত্যাগ কৰি যোগদান কৰিলে বিজেপি দলত।
শিৱসাগৰত দুই শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান - শিৱসাগৰ বিধানসভা সমষ্টি
সমষ্টিয়ে সমষ্টিয়ে দেখা গৈছে দল ত্যাগ কৰি আন দলত যোগদান কৰাৰ দৃশ্য। এটা দলৰ পৰা আন এটা দললৈ যোৱাৰ বাবে যেন চলিছে অঘোষিত প্ৰতিযোগিতা ৷ বৃহস্পতিবাৰে শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰভী ৰাজকুমাৰীৰ এক নিৰ্বাচনী সভাত বিজেপি দলত যোগদান কৰিলে দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে ৷
শিৱসাগৰত দুই শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান