অসম

assam

ETV Bharat / state

শিৱসাগৰত জিলা উপায়ুক্তৰ কাৰ্যালয়ত সৰ্বানন্দ সোণোৱালৰ জৰুৰী বৈঠক

শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল শিৱসাগৰত উপস্থিত হৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন জৰুৰী বৈঠকত বহে ৷ কৰ'ণাক লৈ প্ৰতিটো সময়তে সষ্টম হৈ থাকিবলৈ প্ৰশাসনক কঠোৰ নিৰ্দেশ প্ৰদান মুখ্যমন্ত্ৰী গৰাকীৰ ৷

By

Published : Mar 27, 2020, 6:02 PM IST

সৰ্বানন্দ সোণোৱাল
সৰ্বানন্দ সোণোৱাল

শিৱসাগৰ, 27 মাৰ্চঃশুকুৰবাৰে শিৱসাগৰত উপস্থিত হৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত জৰুৰী বৈঠকত বহিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ জিলা প্ৰশাসন, আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰে বৈঠকত মিলিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে বুজ ল'লে শিৱসাগৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে ৷ তেওঁ সাংবাদিকৰে হোৱা মত বিনিময়ত কৰ'ণাক লৈ প্ৰতিটো সময়তে সষ্টম হৈ থাকিবলৈ প্ৰশাসনক কঠোৰ নিৰ্দেশ প্ৰদান কৰাৰ লগতে লক ডাউন মানি চলিবলৈ ৰাইজক আহ্বান জনায় ৷ ইয়াৰোপৰি লক ডাউন নমনা সকলৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব বুলিও জনায় ৷

শিৱসাগৰত জিলা উপায়ুক্তৰ কাৰ্যালয়ত সৰ্বানন্দ সোণোৱালৰ জৰুৰী বৈঠক

ABOUT THE AUTHOR

...view details