ETV Bharat / state
Mahendra Hazarika had an accident: দুৰ্ঘটনাত পতিত কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা - মহেন্দ্ৰ হাজৰিকা
দেওবাৰে নিশা দুৰ্ঘটনাত পতিত হয় কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা বাহন(Mahendra Hazarika had an accident) ৷ শিৱসাগৰ আমগুৰি ঘাটৰ দিখৌ দলঙত সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোৰ ফলত মূৰত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে শিল্পীগৰাকী ৷
মহেন্দ্ৰ হাজৰিকা দুৰ্ঘটনাগ্ৰস্ত
By
Published : Jan 9, 2023, 6:49 AM IST
| Updated : Jan 9, 2023, 8:16 AM IST
দুৰ্ঘটনাত পতিত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা - দুৰ্ঘটনাত পতিত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা (Mahendra Hazarika had an accident)
- দেওবাৰে নিশা শিৱসাগৰৰ আমগুৰি ঘাটৰ দিখৌ দলঙৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা
- জয়সাগৰৰ দিশৰ পৰা নগৰ অভিমুখে এখন হোণ্ডাই এচেন্ট বাহনত গৈ আছিল শিল্পীগৰাকী
- গৈ থকা অৱস্থাতে দলঙৰ কাষৰ এজোপা গছত খুন্দিয়াই আহত হয় শিল্পীগৰাকী
- দুৰ্ঘটনাটোত মূৰত আঘাত পাইছে শিল্পীগৰাকীয়ে
- স্থানীয় ৰাইজে ততাতৈয়াকৈ জয়সাগৰস্থিত অসামৰিক চিকিৎসালয়লত ভৰ্তি কৰোৱাই শিল্পীগৰাকীক
- বৰ্তমান চিকিৎসালয়ৰ জৰুৰী কক্ষত চিকিৎসা চলি আছে শিল্পীগৰাকীৰ
মহেন্দ্ৰ হাজৰিকা দুৰ্ঘটনাগ্ৰস্ত
Last Updated : Jan 9, 2023, 8:16 AM IST