অসম

assam

ETV Bharat / state

কৃষক সন্মান নিধি সভাত পৰ্যাপ্ত সুবিধা নোপোৱা অভিযোগ আমগুৰি কৃষকৰ

ভাৰতৰ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী স্মৃতিত 'সুশাসন দিৱস' উপলক্ষে আমগুৰিৰ পেঙেৰা পঞ্চায়ত আয়োজন কৰা হয় প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি সভা ৷

Amguri farmer complains of not getting enough facilities at Kisan Samman Nidhi Meeting
কৃষক সন্মান নিধি সভাত পৰ্যাপ্ত সুবিধা নোপোৱা অভিযোগ আমগুৰি কৃষকৰ

By

Published : Dec 25, 2020, 2:01 PM IST

Updated : Dec 25, 2020, 2:10 PM IST

আমগুৰি, 25 ডিচেম্বৰ:প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান ক্ৰমে শিৱসাগৰ জিলাৰ আমগুৰিত অনুষ্ঠিত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি সভাত কেইবাটাও গুৰুত্বৰ অভিযোগ তুলিছে আমগুৰি কৃষকে সকলে ৷ উল্লেখ্য যে, ভাৰতৰ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী স্মৃতিত 'সুশাসন দিৱস' উপলক্ষে আমগুৰিৰ পেঙেৰা পঞ্চায়ত আয়োজন কৰা হয় প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি সভা ৷

কৃষক সন্মান নিধি সভাত পৰ্যাপ্ত সুবিধা নোপোৱা অভিযোগ আমগুৰি কৃষকৰ

উক্ত সভাতে চৰকাৰে দেশৰ কৃষক সকলে পৰ্যাপ্ত সুবিধা প্ৰদান নকৰাৰ অভিযোগ তুলিছে অঞ্চলটোৰ কৃষক সকলে ৷ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাৰ্তালাপ অনুষ্ঠানত কৃষক সকলক ৰ'দত বহুৱাই অপমানিত কৰে বুলি ক্ষোভ প্ৰকাশ কৰে কৃষক সকলে ৷ এই ক্ষেত্ৰত কৃষক সকলে শিৱসাগৰ জিলাৰ উপায়ুক্তক এক অভিযোগস পত্ৰও দাখিল কৰা কথাও জানিবলৈ দিছে ৷

উল্লেখ্য যে, সভাত আমগুৰি উন্নয়ন খণ্ডৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে ৷

লগতে পঢ়ক:পুনৰ বিপদৰ আশংকা কৰি নতুন ক'ভিড প্ৰট'কল জাৰি চৰকাৰৰ

Last Updated : Dec 25, 2020, 2:10 PM IST

ABOUT THE AUTHOR

...view details