নলবাৰী,2 ডিচেম্বৰ : সামৰণি পৰিল নলবাৰী ৰাস মহোৎসৱৰ ৷ এইবেলি ক’ভিড প্ৰট’কলৰ মাজেৰে তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ঐতিহ্যমণ্ডিত 87 সংখ্য়ক নলবাৰী ৰাস মহোৎসৱ ৷ 29 নৱেম্বৰৰ পৰা নলবাৰী হৰিমন্দিৰত অনুষ্ঠিত হোৱা ৰাস মহোৎসৱৰ মঙলবাৰে সামৰণি পৰে ৷
নলবাৰী ৰাস মহোৎসৱৰ সামৰণি - ক’ভিড প্ৰট’কল
মঙলবাৰে সামৰণি পৰিল ঐতিহ্যমণ্ডিত 87 সংখ্য়ক নলবাৰী ৰাস মহোৎসৱৰ ৷ এইবাৰ ক’ভিড প্ৰট’কলৰ মাজেৰে তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে নলবাৰীৰ ৰাস ৷
নলবাৰী ৰাস মহোৎসৱ
দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে নলবাৰী ৰাস মহোৎসৱথলী । কৰ’ণা ভাইৰাছৰ বাবে এইবেলি তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰাস । উল্লেখ্য যে, হৰিমন্দিৰত সাংস্কৃতিক সন্ধিয়াৰে সামৰণি পৰিল নামনি অসমৰ আগশাৰীৰ মৃন্ময় মূৰ্তি প্ৰধান নলবাৰীৰ ৰাস মহোৎসৱৰ ।
লগতে পঢ়ক :70 শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ পাণ্ডু-কামাখ্যা নৱনিৰ্মিত পথৰ