অসম

assam

ETV Bharat / state

নলবাৰীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত - বনদ্বীপ ডেকা

উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান নলবাৰীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱৰৰ সোমবাৰে স্থাপন কৰা হয় লাইখুটা ৷

নলবাৰীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত

By

Published : Oct 22, 2019, 5:12 AM IST

নলবাৰী, 21 অক্টোবৰঃ উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান নলবাৰীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱৰৰ সোমবাৰে স্থাপন কৰা হয় লাইখুটা ৷ অহা ১২ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈকে আয়োজিত হ'বলগীয়া ৮৬তম ৰাস মহোৎসৱৰ হৰি মন্দিৰৰ বিষয়ববীয়াৰ উপস্থিতত লাইখুটা স্থাপন কৰে নলবাৰী বিজেপিৰ সভাপতি বনদ্বীপ ডেকাই । নলবাৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে হৰি মন্দিৰ কমিটিয়ে ৷

নলবাৰীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত

ABOUT THE AUTHOR

...view details