অসম

assam

By

Published : May 7, 2020, 3:58 PM IST

ETV Bharat / state

নলবাৰীত গাহৰিৰ ফাৰ্ম পৰিদৰ্শন কৃষি বিজ্ঞানীৰ দলৰ

কৃষি বিজ্ঞানী ড° মৃদুল ডেকা আৰু হোমেশ্বৰ মজুমদাৰে নলবাৰীৰ বানেকুছিত থকা "লক্ষ্মী এগ্ৰি প্ৰডাক্ট' নামৰ গাহৰি ফাৰ্মখন পৰিদৰ্শন কৰে ৷

নলবাৰীৰ গাহৰি ফাৰ্ম পৰিদৰ্শন কৃষি বিজ্ঞানীৰ দলৰ
নলবাৰীৰ গাহৰি ফাৰ্ম পৰিদৰ্শন কৃষি বিজ্ঞানীৰ দলৰ

নলবাৰী, 7 মে : উজনি অসমৰ ৬ খন জিলাত গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফিভাৰ ধৰাত পৰাৰ পিছতেই তৎপৰ হৈছে নলবাৰী জিলা কৃষি বিজ্ঞান কেন্দ্ৰ । কোনো ভেকছিন নথকা এই ভাইৰাছবিধক লৈ এতিয়া আতংকৰ সৃষ্টি হৈছে গাহৰি পালক সকলৰ মাজত । বৃহস্পতিবাৰে নলবাৰীৰ কেইবাখনো গাহৰি ফাৰ্ম পৰিদৰ্শন কৰে কৃষি বিজ্ঞানীৰ এটা দলে ।

গাহৰি ফাৰ্ম পৰিদৰ্শনৰ বাবে নলবাৰীত উপস্থিত কৃষি বিজ্ঞানীৰ দলৰ

কৃষি বিজ্ঞানী ড° মৃদুল ডেকা আৰু হোমেশ্বৰ মজুমদাৰে নলবাৰীৰ বানেকুছিত থকা "লক্ষ্মী এগ্ৰি প্ৰডাক্ট' নামৰ গাহৰি ফাৰ্মখন পৰিদৰ্শন কৰে ৷ লগতে আফ্ৰিকান ছোৱাইন ফিভাৰ সংক্ৰমণৰ পৰা গাহৰিসমূহক কিদৰে বছাই ৰাখিব পাৰি সেই সম্পৰ্কে গাহৰি পালকসমূহক পৰামৰ্শ প্ৰদান কৰে কৃষি বিজ্ঞানীগৰাকীয়ে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details