অসম

assam

By

Published : Oct 17, 2022, 5:27 PM IST

ETV Bharat / state

Jihadi Arrested: নলবাৰীত আটক দুজন সন্দেহযুক্ত জেহাদী

ৰাজ্যত অব্যাহত জেহাদী বিৰুদ্ধে আৰক্ষীৰ অভিযান । বৰপেটা, মৰিগাঁৱৰ পিছত এইবাৰ নলবাৰীত আটক দুই সন্দেহযুক্ত জেহাদী । দুই জেহাদী ক্ৰমে আবু ৰায়হান আৰু হাবেল আলী বুলি জানিব পৰা গৈছে ৷

Jihadi Arrested in Nalbari
নলবাৰীত আটক দুজন সন্দেহযুক্ত জেহাদী

  • নলবাৰীত আটক দুজন সন্দেহযুক্ত জেহাদী (Jihadi Arrested in Nalbari)
  • নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত নাৰায়ণপুৰৰ পৰা আটক কৰা হৈছে দুই জেহাদীক(Assam police operation against Jihadi)
  • জেহাদীদ্বয় ক্ৰমে আবু ৰায়হান আৰু হাবেল আলী
  • দুয়োকে আজি নলবাৰী আদালতত হাজিৰ কৰোৱা হয়(Jihadi movement in assam)

ABOUT THE AUTHOR

...view details