অসম

assam

ETV Bharat / state

নলবাৰীৰ কৈঠালকুছিত জৰুৰী অৱতৰণ ভাৰতীয় সেনাৰ তিনিখনকৈ হেলিকপ্টাৰ

নলবাৰীৰ কৈঠালকুছি হাইস্কুল খেলপথাৰত ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ ৷ কথমপি প্ৰাণ ৰক্ষা পাইলট সহ সেনা দলটোৰ ৷

নলবাৰীৰ কৈঠালকুছিত জৰুৰী অৱতৰণ ভাৰতীয় সেনাৰ তিনিখনকৈ হেলিকপ্টাৰ

By

Published : Jul 18, 2019, 5:20 PM IST

  • নলবাৰীৰ কৈঠালকুছিত জৰুৰী অৱতৰণ ভাৰতীয় সেনাৰ তিনিখনকৈ হেলিকপ্টাৰ
  • ​​​সেনা বাহিনীৰ হেলিকপ্টাৰ অৱতৰণক লৈ চাঞ্চল্য
  • যান্ত্ৰিক বিজুতিৰ বাবে আকস্মিক অৱতৰণ এখন হেলিকপ্টাৰ
  • সহায়ৰ বাবে অইন দুখন হেলিকপ্টাৰৰ অৱতৰণ
  • মিচামাৰীৰ পৰা উৰা মাৰিছিল হেলিকপ্টাৰ কেইখনে
  • কথমপি প্ৰাণ ৰক্ষা পাইলটসহ সেনাৰ দলটোৰ
  • হেলিকপ্টাৰ চাবলৈ স্থানীয় লোকৰ ভিৰ
    নলবাৰীৰ কৈঠালকুছিত জৰুৰী অৱতৰণ ভাৰতীয় সেনাৰ তিনিখনকৈ হেলিকপ্টাৰ

ABOUT THE AUTHOR

...view details