অসম

assam

ETV Bharat / state

ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

CAA PROTEST AT NALBARI
গোৱালপাৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Jan 6, 2020, 3:13 PM IST

Updated : Jan 6, 2020, 3:39 PM IST

14:14 January 06

গোৱালপাৰাতো শ্ৰমিক ইউনিয়ন আৰু কৰ্মচাৰী পৰিষদৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ লগতে দেওবাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত গুণ্ডাবাহিনীয়ে কৰা আক্ৰমণৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে লোকসকলে ৷

গোৱালপাৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

গোৱালপাৰা,6 জানুৱাৰীঃ গোৱালপাৰাতো শ্ৰমিক ইউনিয়ন আৰু কৰ্মচাৰী পৰিষদৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ লগতে দেওবাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত গুণ্ডাবাহিনীয়ে কৰা আক্ৰমণৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে লোকসকলে ৷ গোৱালপাৰা জিলা চিপিএম কাৰ্যলয়ৰ পৰা উলিওৱা এই সমদলটোৱে আইনখন বাতিল আৰ,জেএনইউৰ আক্ৰমণকাৰীক কঠোৰ শাস্তি প্ৰদান আৰু আঁচনিভুক্ত কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীত এই সমদল উলিওৱা হয় ৷ 

Last Updated : Jan 6, 2020, 3:39 PM IST

ABOUT THE AUTHOR

...view details