অসম

assam

By

Published : Apr 29, 2019, 1:09 PM IST

ETV Bharat / state

নলবাৰীত বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্তঃ এজনৰ মৃত্যু

এই পথ দুৰ্ঘটনাত নিহত হয় পুন ৰাজবংশী নামৰ লোক এজন । লগতে আহত হয় এটি শিশুসহ তিনিগৰাকী লোক । আহত কেইজনক ইতিমধ্যে GMCH লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷

নলবাৰীত দূৰ্ঘটনাগ্ৰস্ত বিবাহ যাত্ৰীৰ বাহনঃ নিহত 1

নলবাৰী, 29 এপ্ৰিলঃ নলবাৰীৰ মুকালমুৱাৰ বৰলিয়াপাৰত সোমবাৰে দুৰ্ঘটনাগ্ৰস্ত হয় বিবাহযাত্ৰীৰ বাহন ৷ ঘটনা সন্দৰ্ভত জানিব পৰামতে চন্দ্ৰপুৰ নিজৰাপাৰৰ পৰা মুকালমুৱা অভিমুখে আহিছিল বিবাহ যাত্ৰীৰ বাহনখন ৷ কিন্তু নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত খুন্দিয়ায় AS 01GC 6062 নম্বৰৰ ইণ্ডিগ' গাড়ীখনে।

নলবাৰীত দূৰ্ঘটনাগ্ৰস্ত বিবাহ যাত্ৰীৰ বাহনঃ নিহত 1

আৰু পঢ়ক কিমান সুৰক্ষিত গুৱাহাটীৰ গীৰ্জাঘৰ ?

এই পথ দুৰ্ঘটনাত নিহত হয় পুন ৰাজবংশী নামৰ লোক এজন । লগতে আহত হয় এটি শিশুসহ তিনিগৰাকী লোক । আহত কেইজনক ইতিমধ্যে GMCH লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

...view details