অসম

assam

ETV Bharat / state

নগাঁৱত এআইইউডিএফৰ সভাত উত্তপ্ত পৰিস্থিতি

বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে দলীয় কৰ্মীক আক্ৰমণৰ অভিযোগ উত্থাপন

নগাঁৱত এআইইউডিএফৰ সভাত উত্তপ্ত পৰিস্থিতি

By

Published : Aug 28, 2019, 1:45 PM IST

Updated : Aug 28, 2019, 2:01 PM IST

নগাঁও, 28 আগষ্টঃ

  • এ আই ইউ ডি এফৰ সভাত উত্তপ্ত পৰিস্থিতি।
  • বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে দলীয় কৰ্মীক আক্ৰমণৰ অভিযোগ।
    নগাঁৱত এআইইউডিএফৰ সভাত উত্তপ্ত পৰিস্থিতি
  • বিধায়ক আমিনুলৰ আক্ৰমণত আহত দলীয় কৰ্মী।
  • আহত দলীয় কৰ্মী মোবাৰক আলী ,হবিবোৰ ৰহমানকে ধৰি কেইবাজনো কৰ্মী।
  • আমিনুল ইছলামৰ গাড়ীত দলীয় কৰ্মীৰ আক্ৰমণ।
  • ঘটনাস্থলীৰ পৰা পলায়ন বিধায়ক আমিনুলৰ।
    এআইইউডিএফৰ সভাত উত্তপ্ত পৰিস্থিতি
Last Updated : Aug 28, 2019, 2:01 PM IST

ABOUT THE AUTHOR

...view details