অসম

assam

ETV Bharat / state

Robbery in Nagaon: নগাঁৱৰ হোণ্ডা ৱৰ্কশ্ব’পৰ পৰা চোৰে লুটি নিলে ১২ লক্ষাধিক টকা - চোৰৰ চাফাই অভিযান

নগাঁও চহৰত বৃদ্ধি পাইছে চোৰৰ তাণ্ডৱ (Robbery in Nagaon) ৷ নগাঁও চহৰৰ মাজমজিয়াৰ বাইকৰ ৱৰ্কশ্ব’পত চোৰৰ চাফাই অভিযান । নিশা চোৰে লুটপাত চলালে কৃষ্ণাহল চাৰিআলিস্থিত জাগ্ৰিতি হোণ্ডাৰ ৱৰ্কশ্ব'পত ।

Robbers robbed of Rs 12 lakh from Honda workshop in Nagaon
নগাঁৱৰ হোণ্ডা ৱৰ্কশ্ব'পৰ পৰা চোৰে লুটি নিলে ১২ লক্ষাধিক টকা

By

Published : Oct 31, 2022, 11:45 AM IST

  • নগাঁও চহৰত বৃদ্ধি পাইছে চোৰৰ তাণ্ডৱ(Robbers robbed from Honda workshop)
  • নগাঁও চহৰৰ মাজমজিয়াৰ বাইকৰ ৱৰ্কশ্ব’পত চোৰৰ চাফাই অভিযান (Robbery in Nagaon)
  • নিশা চোৰে লুটপাত চলালে কৃষ্ণাহল চাৰিআলিস্থিত জাগ্ৰিতি হোণ্ডাৰ ৱৰ্কশ্ব'পত
  • লুটি নিলে নগদ ১২ লাখৰো অধিক টকা
  • দুটাকৈ লেপটপো লুটি নিলে চোৰে
  • ৱৰ্কশ্ব'পৰ টিন কাটি ভিতৰত প্ৰৱেশ কৰাৰ সন্দেহ দোকান কৰ্তৃপক্ষৰ

ABOUT THE AUTHOR

...view details