অসম

assam

নগাঁৱৰ কচুৱাত ১০ বছৰীয়া শিশুক ধৰ্ষণৰ অপচেষ্টা

By

Published : Mar 20, 2021, 1:43 PM IST

১০ বছৰীয়া শিশুক ধৰ্ষণৰ অপচেষ্টা এটা লম্পটৰ ৷ পলাতক লম্পট আবুল ৰহমান ৷

নগাঁৱৰ কচুৱাত ১০ বছৰীয়া শিশুক ধৰ্ষণৰ অপচেষ্টা
নগাঁৱৰ কচুৱাত ১০ বছৰীয়া শিশুক ধৰ্ষণৰ অপচেষ্টা

নগাঁও, 20 মাৰ্চঃ নৰ্গাঁৱৰ কচুৱাৰ হাতীখুটিত জঘন্য ঘটনা ৷ ঘৰত কোনো ব্য়ক্তি নথকাৰ সুযোগ গ্ৰহণ কৰি এগৰাকী ১০ বছৰীয়া শিশুক ধৰ্ষণৰ অপচেষ্টা চলায় এটা লম্পটে ৷ শিশুটিৰ চিঞৰত ওচৰ চুবুৰীয়া উপস্থিত হোৱাত পলায়ন কৰে অভিযুক্ত লম্পটোৱে ।

নগাঁৱৰ কচুৱাত ১০ বছৰীয়া শিশুক ধৰ্ষণৰ অপচেষ্টা

লম্পটোৰ নাম আব্দুল ৰহমান বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে পিতৃ মাতৃয়ে কচুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও পলাতক অৱস্থাত আছে লম্পট আব্দুল ৰহমান ৷

লগতে পঢ়কঃসমদল কৰি ফণীভূষণ চৌধুৰীৰ মনোনয়ন দাখিল: হেজাৰ হেজাৰ কৰ্মীৰ অশংগ্ৰহণ

ABOUT THE AUTHOR

...view details