অসম

assam

কলা শাখাত তৃতীয় স্থানপ্ৰাপ্ত পলী বৰাৰ শিক্ষক হোৱাৰ মন

উচ্চতৰ মাধ্যমিক চূড়ান্ত শিক্ষাবৰ্ষৰ ফলাফল ঘোষণা ৷ কলা শাখাত নগাঁৱৰ কনচেপ্ট জুনিয়ৰ কলেজৰ পলী বৰাই তৃতীয় স্থান দখলেৰে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

By

Published : Jun 25, 2020, 12:23 PM IST

Published : Jun 25, 2020, 12:23 PM IST

Poli Borah secured 3rd position in HS Results 2020 from nagaon assam etv bharat news
কলা শাখাত তৃতীয় স্থানপ্ৰাপ্ত পলী বৰা

নগাঁও,25 জুন:বৃহস্পতিবাৰে ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত শিক্ষাবৰ্ষৰ ফলাফল ৷ এইবেলি কলা শাখাত তৃতীয় স্থান লাভ কৰি খ্যাতি কঢ়িয়াই আনিছে নগাঁৱৰ পলী বৰাই ৷ ভৱিষ্যতে এগৰাকী শিক্ষক হোৱাৰ মন পুহি ৰখা পলীয়ে কনচেপ্ট জুনিয়ৰ কলেজৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ ছাত্ৰীগৰাকীয়ে মুঠ ৪৭৩ নম্বৰ লাভেৰে কলা শাখাত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় ৷

কলা শাখাত তৃতীয় স্থানপ্ৰাপ্ত পলী বৰা

ABOUT THE AUTHOR

...view details