অসম

assam

ETV Bharat / state

ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যৱহাৰ এন আৰ চিৰ কামত ব্যৱহৃত বায়'মেট্ৰিক মেচিন

ঘটনাৰ বিৱৰণী অনুসৰি আবু হানিফে বায়'মেট্ৰিক মেচিন সহ সামগ্ৰী সমূহ উন্নয়ন খণ্ডৰ পৰা কিছু দুৰৈত মাহবুব হাৰ্ডৱেৰ নামৰ কম্পিউটাৰ দোকানত বহুৱাই একাংশ ৰাইজৰ পৰা মাইনুল নামৰ দালাল এজনৰ জৰিয়তে ধন সংগ্ৰহ কৰে।

ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যৱহাৰ এন আৰ চিৰ কামত ব্যৱহৃত বায়'মেট্ৰিক মেচিন

By

Published : Jun 23, 2019, 10:59 PM IST

নগাঁও, 23জুনঃ নগাঁৱৰ জুৰীয়াত ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যৱহাৰ এনআৰচিৰ কামত ব্যৱহৃত বায়'মেট্ৰিক মেচিন৷ ধিং ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত এন আৰ চি কেন্দ্ৰত নিয়োজিত কৰ্মচাৰী আবু হানিফৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ৷

ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যৱহাৰ এন আৰ চিৰ কামত ব্যৱহৃত বায়'মেট্ৰিক মেচিন

তথ্য অনুসৰি আবু হানিফে বায়'মেট্ৰিক মেচিন সহ সামগ্ৰী সমূহ উন্নয়ন খণ্ডৰ পৰা কিছু দূৰৈত মাহবুব হাৰ্ডৱেৰ নামৰ কম্পিউটাৰ দোকানত বহুৱাই একাংশ ৰাইজৰ পৰা মাইনুল নামৰ দালাল এজনৰ জৰিয়তে ধন সংগ্ৰহ কৰে। পৰৱৰ্তী সময়ত লোকজনৰ এনে কাণ্ডৰ বিষয়ে দগাওঁ আৰক্ষীয়ে জানিব পাৰি কম্পিউটাৰ দোকানৰ পৰা বায়'মেট্ৰিক মেচিন সহ সামগ্ৰী সমুহ পুনৰ উন্নয়ন খণ্ডটোলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে৷

ABOUT THE AUTHOR

...view details