অসম

assam

ETV Bharat / state

জাজৰি আৰক্ষীৰ অভিযানত জব্দ 200 লিটাৰ চুলাই

নগাঁও জিলাৰ জাজৰি আৰক্ষীয়ে অভিযান চলায় শনিবাৰে নিশা প্ৰায় 200 লিটাৰ চুলাই মদ জব্দ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হয় কেইবাজনো সুৰামত্ত লোকক ৷

By

Published : Aug 3, 2019, 11:59 PM IST

http://10.10.50.80:6060///finalout3/assam-nle/finalout/03-August-2019/4034002_fgh.mp4

নগাঁও, 3 আগষ্টঃ নগাঁও জিলাৰ জাজৰি আৰক্ষীয়ে এক অভিযান চলায় শনিবাৰে নিশা প্ৰায় 200 লিটাৰ চুলাই মদ জব্দ কৰাৰ লগতে কেইবাজনো সুৰামত্ত লোকক আটক কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে এই অভিযানত উক্ত ব্যৱসায়ৰ লগত জড়িত কোনো ব্যক্তিক আটক কৰিবলৈ সক্ষম হোৱা নাই জাজৰি আৰক্ষী । উল্লেখ্য যে, জাজৰি আৰক্ষীৰ অকৰ্মণ্যতাৰ বাবেই অঞ্চলটোত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অসামাজিক কাৰ্যকলাপৰ লগতে নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলন । স্থানীয় ৰাইজে এই বিষয়ে আৰক্ষীক বাৰম্বাৰ অভিযোগ দিয়াৰ পিছত অবশেষত শনিবাৰে গা লৰিল জাজৰি আৰক্ষীৰ ৷

জাজৰি আৰক্ষীৰ অভিযানত জব্দ 200 লিটাৰ চুলাই

ABOUT THE AUTHOR

...view details