অসম

assam

ETV Bharat / state

নগাঁৱৰ কামপুৰতো উলহ-মালহৰে গৰু বিহু

দীঘলতি-মাখিয়তীৰে গৰুৰ গাত কোবাই গঞাই ক’লে, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা...

গো-ধনক নোৱালে কামপুৰবাসীয়ে

By

Published : Apr 14, 2019, 10:43 AM IST

বঢ়মপুৰ, 14 এপ্ৰিল : লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা... গৰু বিহু উপলক্ষে ৰাজ্যজুৰি উচাহৰ ঢল ৷ সাতখন আঠখন অসমীয়াৰ গা ৷ সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ পৰম্পৰাগত ৰীতি-নীতিৰে গো-ধনক নোৱাব-ধুৱাবলৈ কামপুৰৰ তেতেলিসৰাৰ নিশাৰী নদীত ভিৰ অগণন লোকৰ ৷

গো-ধনক নোৱালে কামপুৰবাসীয়ে

মাহ-হালধিৰে গো ধনক নোৱাই লাও-বেঙেনা দলিয়াই, দীঘলতি-মাখিয়তীৰে গৰুৰ গাত কোবাই গঞাই মংগল কামনা কৰিলে গো-ধনৰ ৷

ABOUT THE AUTHOR

...view details