অসম

assam

ETV Bharat / state

নগাঁৱত মহিলাৰ প্ৰচেষ্টাত আটকধুনীয়া পূজা মণ্ডপ

মহিলাৰ প্ৰচেষ্টাত নিৰ্মিত নগাঁৱৰ এখন আটকধুনীয়া পূজা মণ্ডপত ভিৰ অগণন ভক্তৰ । মাৰ আৰ্শীবাদ বিচাৰি মহা নৱমীৰ সন্ধ্য জনস্ৰোত পূজা মণ্ডপটোত ৷

By

Published : Oct 7, 2019, 11:33 PM IST

নগাঁৱত মহিলাৰ প্ৰচেষ্টাত আটকধুনীয়া পূজা মণ্ডপ

নগাঁও, 7 অক্টোবৰঃনগাঁৱত এখন ব্যতিক্ৰমী পূজা মণ্ডপ ৷ মহিলাৰ প্ৰচেষ্টাত নিৰ্মিত নগাঁৱৰ এখন আটকধুনীয়া পূজা মণ্ডপত ভিৰ অগণন ভক্তৰ । মাৰ আৰ্শীবাদ বিচাৰি মহা নৱমীত জনস্ৰোত পূজা মণ্ডপটোত । নিয়োগ কৰা হৈছে বহুকেগৰাকী স্বেচ্ছাসেৱীকা । আনহাতে পূজা মণ্ডপত নিৰ্মাণ কৰা হৈছে সুধাকণ্ঠ ড0 ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি । তাৰোপৰি পূজা মণ্ডপত অবিৰতভাৱে চলি আছে সুধাকণ্ঠৰ কালজয়ী গীত ।

নগাঁৱত মহিলাৰ প্ৰচেষ্টাত আটকধুনীয়া পূজা মণ্ডপ

ABOUT THE AUTHOR

...view details