নগাঁও,18 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁৱত অব্যাহত প্ৰতিবাদ ৷ শনিবাৰে সন্ধিয়া নগাঁও জিলা ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ আনহাতে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ছাত্ৰ সন্থাই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি উল্লেখ কৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক অমৰজ্যোতি ফুকনে ৷ কোনো দিনেই অসমত আজমলক যিদৰে মুখ্যমন্ত্ৰী হ’বলৈ দিয়া নহ’ব একেদৰে শিলাদিত্যৰ দৰে লোককো মুখ্যমন্ত্ৰী হ’বলৈ দিয়া নহ’ব বুলিও মন্তব্য প্ৰকাশ কৰে নগাওঁ জিলা ছাত্ৰ সন্থাৰ সম্পাদকগৰাকীয়ে ।
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁৱত অব্যাহত প্ৰতিবাদ
শনিবাৰে সন্ধিয়া নগাওঁ জিলা ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ আনহাতে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ছাত্ৰ সন্থাই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি উল্লেখ কৰে নগাওঁ জিলা ছাত্ৰ সন্থাৰ সম্পাদক অমৰজ্যোতি ফুকনে ৷
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁৱত অব্যাহত প্ৰতিবাদ