নগাঁও,15 জানুৱাৰী :নগাঁৱত উন্মোচন কৰা হয় এগৰাকী বনকৰ্মীয়ে লিখি উলিওৱা দুখনকৈ গ্ৰন্থ। অসম চৰকাৰৰ বন বিভাগৰ বনপালক মহেশ নাথৰ দুখনকৈ গ্ৰন্থ শুকুৰবাৰে নগাঁৱত উন্মোচন কৰা হয় ।
নগাঁৱত বনকৰ্মীয়ে লিখি উলিওৱা গ্ৰন্থ উন্মোচন - বন বিভাগৰ বনপালক
নগাঁৱত উন্মোচন কৰা হয় বনকৰ্মীয়ে লিখি উলিওৱা দুখনকৈ গ্ৰন্থ। উন্মোচন কৰা হয় 'বাঘ মানেই আতংক নহয়' আৰু 'হাতী মানুহৰ সংঘাত' গ্ৰন্থ দুখন ৷
নগাঁৱত বনকৰ্মীয়ে লিখি উলিওৱা গ্ৰন্থ উন্মোচন
বনপালক গৰাকীৰ 'বাঘ মানেই আতংক নহয়' আৰু 'হাতী মানুহৰ সংঘাত' শীৰ্ষক গ্ৰন্থ দুখন উন্মোচন কৰে ক্ৰমে সাহিত্যিক সমালোচক প্ৰভাত বৰা আৰু নগাঁও কলেজৰ অধ্যক্ষ ড৹ শৰৎ বৰকটকীয়ে । অধিবক্তা শৰৎ খাউণ্ডৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই গ্ৰন্থ উন্মোচনী সভাখনত অধ্যাপক মোহিনী মোহন ডেকাও উপস্থিত থাকে ।
লগতে পঢ়ক: 23 জানুৱাৰীত প্ৰধানমন্ত্ৰী মোডীৰ অসম ভ্ৰমণ : প্ৰসংগ খিলঞ্জীয়া ভূমিপুত্ৰক মাটিৰ পট্টা প্ৰদান
Last Updated : Jan 15, 2021, 6:53 PM IST