অসম

assam

By

Published : May 18, 2021, 8:16 AM IST

ETV Bharat / state

বিধায়ক ৰূপক শৰ্মাৰ ক’ভিড চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন

সোমবাৰে বিজেপি বিধায়ক ৰূপক শৰ্মাই নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত নতুনকৈ স্থাপন কৰা ক’ভিড চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন কৰে ৷

নগাওঁৰ ক’ভিড চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন বিধায়ক ৰূপক শৰ্মাৰ
নগাওঁৰ ক’ভিড চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও,18 মে’: সোমবাৰে বিজেপি বিধায়ক ৰূপক শৰ্মাই নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত নতুনকৈ স্থাপন কৰা ক’ভিড চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন কৰে ৷ ৭০ খন বিচনাযুক্ত এই ক'ভিড চিকিৎসা কেন্দ্ৰত বিশেষকৈ ক'ভিড আক্ৰান্ত মহিলা ৰোগীসকল চিকিৎসাধীন হৈ থাকিব পাৰিব । গুৰুতৰভাৱে অসুস্থ নোহোৱা ক'ভিড আক্ৰান্ত মহিলা ৰোগীসকলে এই ক'ভিড চিকিৎসা কেন্দ্ৰত সকলো ধৰণৰ সুবিধা লাভ কৰিব ।

নগাঁৱৰ ক’ভিড চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন বিধায়ক ৰূপক শৰ্মাৰ

বিধায়ক শৰ্মাই ক'ভিড চিকিৎসা কেন্দ্ৰটো স্থাপনৰ বাবে সুবিধা কৰি দিয়াৰ বাবে আনন্দৰাম ঢেকিয়াল ফুকনৰ মহাবিদ্যালয়খনৰ অধ্যক্ষৰ লগতে মহাবিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়়ক:ক’ভিড আক্ৰান্ত মাতৃ, দুগ্ধপান কৰা শিশুৰ বাবে ৰনিতা শৰ্মাৰ বিশেষ পদক্ষেপ

ABOUT THE AUTHOR

...view details