অসম

assam

ETV Bharat / state

নগাঁৱত কুঁহি অনুষ্ঠানৰ সামৰণি

নগাওঁ জিলা সাহিত্য সভাৰ কুঁহি উপ সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা কুঁহি অনুষ্ঠানৰ সফল সামৰণি ।

By

Published : Jul 31, 2019, 4:03 AM IST

নগাঁৱত কুঁহি অনুষ্ঠানৰ সামৰণি

নগাঁৱত কুঁহি অনুষ্ঠানৰ সামৰণি
  • নগাঁৱত সফল সামৰণি কুঁহি অনুষ্ঠানৰ
  • মঙলবাৰে সামৰণি পৰে এই অনুষ্ঠানৰ
  • নগাওঁ জিলা সাহিত্য সভাৰ কুঁহি উপ সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছিল এই অনুষ্ঠান
  • শিশুৰ বৌদ্ধিক আৰু মানসিক উত্তৰণৰ লক্ষ্য আছিল কুঁহি অনুষ্ঠানৰ
  • শিশুসকলৰ মাজত গ্ৰীষ্মকালীন কৰ্মশালাৰ অনুষ্ঠিত কৰা হৈছিল
  • গীত-নৃত্য , চিত্ৰাংকন আৰু সাধু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল
  • দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল কুঁহি অনুষ্ঠান
  • এই অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা

ABOUT THE AUTHOR

...view details