অসম

assam

By

Published : Jul 21, 2020, 2:00 PM IST

ETV Bharat / state

কামপুৰ ডাৱলুত শিশুৰ মৃতদেহ উদ্ধাৰ

বানপানীৰ কোৱাল সোঁতত ওপঙি থকা অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ ৷

kampur-flood-death-one-child
কামপুৰ ডাৱলুত শিশুৰ মৃতদেহ উদ্ধাৰ

বঢ়মপুৰ,21জুলাইঃ কামপুৰত বাঢ়নী পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ শিশুৰ মৃতদেহ ৷ মৃত শিশুটিৰ নাম জামানুউদ্দিন ৷ জানিব পৰা মতে সোমবাৰে জামানুউদ্দিনে ঘৰৰ পৰা ওলাই আহিছিল তাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল শিশুটি ৷ পৰিয়ালৰ লোকে বহু সময় বিচাৰ কৰিছিল যদিও কোনো সন্ধান লাভ কৰা নাছিল শিশুটিৰ ৷ আনহাতে মঙলবাৰে স্থানীয় লোকে বাঢ়নী পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ ৷

লগতে পঢ়কঃ বানৰ শেহতীয়া খবৰঃ এইপৰ্যন্ত মৃত্য়ু 85, ক্ষতিগ্ৰস্ত 24,48,128 গৰাকী

ABOUT THE AUTHOR

...view details