অসম

assam

ETV Bharat / state

সমাগত ঈদুজ্জোহা : উখল মাখল ৰূপহীহাটৰ চৌদিশ

ইছলাম ধৰ্মীয় লোকৰ পবিত্ৰ ঈদুজ্জোহা সমাগত ৷ উখল মাখল ৰূপহীহাটৰ চৌদিশ ৷

By

Published : Aug 7, 2019, 3:43 PM IST

সমাগত ঈদুজ্জোহা

ৰূপহীহাট,7আগষ্ট : ইছলাম ধৰ্মী লোকৰ পবিত্ৰ ঈদুজ্জোহা সমাগত ৷ এই ঈদুজ্জোহাৰ বাবে উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে ৰূপহীহাটৰ চৌদিশে ৷ এযোৰ নতুন সাজ পিন্ধাৰ লগতে সুস্বাদু খাদ্যৰ আৰু কুৰবানীৰ বাবে পশুধন বিচাৰি বজাৰসমূহত ভীৰ কৰিছেহি বহু লোকে ৷ নগাঁও জিলাৰ জুৰীয়া, ৰূপহী, ডুমডুমীয়া বজাৰত কুৰবানীৰ বাবে গৰু ,ম'হ, ছাগলী বিচাৰি ভীৰ কৰিছেহি একাংশ লোকে । একাংশ বিক্ৰেতাই ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি পশুধনৰ মূল্য তিনি গুণ পৰ্যন্ত বৃদ্ধি কৰিছে ৷ একোটা গৰু,ম'হৰ মূল্য ডেৰলাখ হোৱাৰ বিপৰীতে ছাগলীৰ মূল্য ৩০ ৰ পৰা ৩৫হাজাৰ হৈছে পৰ্যন্ত হৈছে জুৰীয়া বজাৰত ৷

সমাগত ঈদুজ্জোহা

For All Latest Updates

ABOUT THE AUTHOR

...view details