অসম

assam

ETV Bharat / state

চৰকাৰী বিদ্যালয়ৰ চৌহদত উদ্ধাৰ নিচাজাতীয় ঔষধৰ পেকেট

ঈদ উপলক্ষে ধেমালি চলি থকাৰ সময়ত বুধবাৰে পুৱা উদ্ধাৰ হয় নিচাজাতীয় টেবলেটৰ খালী পেকেট আৰু বটল

By

Published : Aug 14, 2019, 1:36 PM IST

চৰকাৰী বিদ্যালয়ৰ চৌহদত উদ্ধাৰ নিচাজাতীয় ঔষধৰ পেকেট

চৰকাৰী বিদ্যালয়ৰ চৌহদত উদ্ধাৰ নিচাজাতীয় ঔষধৰ পেকেট
  • চৰকাৰী বিদ্যালয়ৰ চৌহদত উদ্ধাৰ নিচাজাতীয় ঔষধৰ খালী পেকেট
  • নগাঁৱৰ মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত নিশা ড্ৰাগছ সেৱন একাংশ যুৱকৰ
  • মধুপুৰ যুৱক সংঘৰ উদ্যোগত ঈদ উপলক্ষে বিদ্যালয়ৰ চৌহদত আয়োজন কৰা হয় তিনিদিনীয়া খেল ধেমালি
  • খেল-ধেমালি চলি থকাৰ সময়ত বুধবাৰে পুৱা উদ্ধাৰ হয় নিচাজাতীয় টেবলেটৰ খালী পেকেট আৰু বটল
  • নিশা আন্ধাৰৰ সুযোগ লৈ বিদ্যালয় চৌহদতে নিচাজাতীয় ঔষধ সেৱন কৰাৰ সন্দেহ বিদ্যালয় কৰ্তৃপক্ষৰ
  • বিদ্যালয়খনত প্ৰায়েই নিচাজাতীয় ঔষধৰ খালী পেকেট পোৱাৰ দাবী বিদ্যালয় কৰ্তৃপক্ষৰ
  • এনে ঘটনাই বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশত প্ৰভাৱ পেলোৱাৰ অভিযোগ

ABOUT THE AUTHOR

...view details