অসম

assam

ETV Bharat / state

কঠিয়াতলীৰ জুৰিপাৰ পঞ্চায়তত বৃহৎ কেলেংকাৰী - কঠিয়াতলী উন্নয়ন খণ্ড

দুৰ্নীতি ঢাকি ৰাখিবৰ বাবে ভাঙি পেলালে নাম ফলক

দুৰ্নীতিয়েই নীতি হৈ পৰিছে পঞ্চায়তীৰাজ ব্যৱস্থাত

By

Published : Jul 7, 2019, 12:45 PM IST

বঢ়মপুৰ, ০৭ জুলাই :দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য-সহনশীলতাৰ কথা কোৱা চৰকাৰ খনৰ একাংশ নেতা-পালিনেতা নিমৰ্জিত হৈছে দুৰ্নীতিত । শেহতিয়াকৈ পোহৰলৈ আহিছে নগাঁৱৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ জুৰিপাৰ পঞ্চায়তত সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য ।এই সন্দৰ্ভত বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞাৰ এক প্ৰতিবেদন ।

দুৰ্নীতিয়েই নীতি হৈ পৰিছে পঞ্চায়তীৰাজ ব্যৱস্থাত

ABOUT THE AUTHOR

...view details