নগাঁও , ২৪ জানুৱাৰী : গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ মাজতে আছুৱে দেওবাৰৰ দিনটো ৰাজ্য়জুৰি ক'লা দিৱস হিচাপে পালন কৰিছে । নগাঁও জিলাটো একে পৰিৱেশ । সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই জিলাখনৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্য়স্ত কৰে ।
নগাঁৱত ছাত্ৰ সন্থাৰ ক'লা পতাকা উত্তোলন - নগাঁও চহৰৰ মাজমজিয়াত ক'লা পতাকা উত্তোলন
অমিত শ্বাহৰ অসম ভ্ৰমণৰ দিনাই নগাঁৱত ছাত্ৰ সন্থাৰ ক'লা পতাকা উত্তোলন । নাগৰিকত্ব সংশোধনী আইন আৰু ই আই এ বাতিলৰ দাবীত প্ৰতিবাদ সাব্য়স্ত কৰে আছুৱে ।
নগাঁৱত ছাত্ৰ সন্থাৰ ক'লা পতাকা উত্তোলন
নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু ই আই এ বাতিলৰ দাবীত প্ৰতিবাদ সাব্য়স্ত কৰাৰ লগতে আছুৱে নগাঁও চহৰৰ মাজমজিয়াত ক'লা পতাকা উত্তোলন কৰে । চহৰখনৰ বিভিন্ন প্ৰান্তত ক'লা পতাকা উত্তোলন কৰাৰ লগতে 'কা'ৰ প্ৰতিলিপি দাহ কৰে আছু কৰ্মীসকলে ।