অসম

assam

ETV Bharat / state

চিকিৎসক হোৱাৰ সপোন পূৰ্ণ হ'বনে ফাইজ উদ্দিনৰ ?

উৰুখা পঁজাত লেমৰ পোহৰত অধ্যয়ণ কৰি ৮৭% শতাংশ নম্বৰেৰে উজলিল বটদ্ৰৱাৰ খেতিয়কৰ পুত্ৰ । পাছে এতিয়া উচ্চশিক্ষাৰ বাবে অৰ্থৰ অভাৱত অনিশ্চিত ভৱিষ্যতৰ দিশে দৰিদ্ৰ মেধাৱী ছাত্ৰজন ৷

বটদ্ৰৱাৰ দৰিদ্ৰ পৰিয়ালৰ মেধাবী ছাত্ৰৰ আৰ্থিক সহায় ভিক্ষা

By

Published : May 28, 2019, 12:03 PM IST

বটদ্ৰৱা,28মে': হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলিকি উঠিল বটদ্ৰৱাৰ দৰিদ্ৰ পৰিয়ালৰ এজন মেধাবী ছাত্ৰ। বটদ্ৰৱাৰ সমীপৰ ৰামপুৰ সত্ৰৰ ছাত্ৰজনৰ নাম ফাইজ উদ্দিন ৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৭ % শতাংশে ৫২২ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে এই দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজন । ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন দেখা ছাত্ৰজনৰ বৰ্তমান পৰিয়ালৰ আৰ্থিক দুৰ্বস্থাৰ বাবে পৰিয়ালে উচ্চ শিক্ষাৰ বাবে আৰ্থিক সহায় ভিক্ষা মাগিছে ৷

বটদ্ৰৱাৰ দৰিদ্ৰ পৰিয়ালৰ মেধাবী ছাত্ৰৰ আৰ্থিক সহায় ভিক্ষা

ABOUT THE AUTHOR

...view details