- অৱশেষত নগাঁৱত শেষ হাঁহি মাৰিলে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে
- বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা আৰু কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ তীব্ৰ প্ৰতিদ্বন্দিতাৰ অন্ত
- ১৬৭৫২ টা ভোটৰ ব্যৱধানত সাংসদলৈ নিৰ্বাচিত প্ৰদ্যুৎ বৰদলৈ
- প্ৰদ্যুৎ বৰদলৈৰ মুঠ ৭৩৯৭২৪ ভোটৰ বিপৰীতে ৰূপক শৰ্মাই লাভ কৰে মুঠ ৭২২৯৭২ ভোট
- নগাঁও লোকসভা সমষ্টিত 10757 হাজাৰ ভোট লাভ NOTA ৰ
তুমুল প্ৰতিদ্বন্দিতাৰ অন্তত কংগ্ৰেছৰ দখলত নগাঁও
১৬৭৫২ টা ভোটৰ ব্যৱধানত সাংসদলৈ নিৰ্বাচিত প্ৰদ্যুৎ বৰদলৈ
তুমুল প্ৰতিদ্বন্দিতাৰ অন্তত কংগ্ৰেছৰ দখলত নগাঁও