অসম

assam

ETV Bharat / state

নগাঁৱৰ কলঙত অচিনাক্ত মৃতদেহ উদ্ধাৰ

মৃতদেহটো পুৰুষ লোকৰ বুলি নিশ্চিত কৰে আৰক্ষীয়ে

By

Published : May 17, 2019, 11:12 PM IST

নগাঁৱৰ কলঙত অচিনাক্ত মৃতদেহ উদ্ধাৰ

  • শুকুৰবাৰে নগাঁৱৰ কলং ৰেষ্ট্ৰোৰেণ্টৰ সমীপৰ কলঙত উদ্ধাৰ অচিনাক্ত মৃতদেহ
  • পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে
  • মৃতদেহটো পুৰুষ লোকৰ বুলি নিশ্চিত কৰে আৰক্ষীয়ে
  • পৰৱৰ্তী সময়ত মৃতদেহটো মৰুনোত্তৰৰ ব্যৱস্থা কৰা হয়
    নগাঁৱৰ কলঙত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details