অসম

assam

By

Published : Sep 2, 2019, 9:09 PM IST

ETV Bharat / state

ৰাজপথ, ঘাইপথ সকলোতে জুবিন !

কাঞ্চনজঙ্ঘা ছবিৰ প্ৰচাৰৰ বাবে জাগীৰোড মহাবিদ্যালয়ত উপস্থিত হয় যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব গৰাকী ৷ লগতে উপস্থিত থাকে ছবিখনৰ বহু কেইগৰাকী কলা-কুশলী

জুবিনময় অসম

মৰিগাঁও, 2 চেপ্তেম্বৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে জাগীৰোডত সোমবাৰে উপস্থিত হয় জুবিন গাৰ্গ । কাঞ্চনজঙ্ঘা ছবিৰ প্ৰচাৰৰ বাবে জাগীৰোড মহাবিদ্যালয়ত উপস্থিত হয় যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ গৰাকী ৷ লগতে উপস্থিত থাকে ছবিখনৰ বহু কেইগৰাকী কলা-কুশলী ৷ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত জুবিনে ছবি খনৰ গীত আৰু সংলাপেৰে আপ্লুত কৰে উপস্থিতসকল । লগতে মহাবিদ্যালয় বিদ্যালয়সমূহক ৰাজনীতি মুক্ত হৈ থাকিবলৈ আহ্বান জনায় শিল্পীগৰাকীয়ে । 6 ছেপ্তেম্বৰত মুক্তি লাভ কৰিবলগীয়া ছবিখন চাবলৈও সকলোকে আহ্বান জনায় ।

জুবিনময় অসম

ABOUT THE AUTHOR

...view details