মৰিগাঁও, 23 অক্টোবৰ:মৰিগাঁৱত অক্ষত অৱস্থাত পৰি ৰৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱা পানী যোগান আঁচনি ৷ যি আঁচনিৰ পৰা লাভান্বিত নহ'ল শহস্ৰাধিক স্থানীয় লোক ৷ হাবি-জংঘলেৰে ভৰি পৰিছে মৰিগাঁৱৰ সীমান্তৱৰ্তী নখন্দা গাঁৱৰ পানী যোগান আঁচনি ৷
মৰিগাঁৱত অক্ষত অৱস্থাত পৰি ৰৈছে পানী যোগান আঁচনি - মৰিগাঁৱত অক্ষত অৱস্থাত পৰি ৰৈছে পানী যোগান আঁচনি
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱা পানী যোগান আঁচনি এতিয়া এৰাবাৰীত পৰিণত গৈতে মৰিগাঁৱৰ সীমান্তৱৰ্তী গাঁও নখন্দাত ৷ হাবি-জংঘলেৰে ভৰি পৰিছে পানী যোগান আঁচনিটো ৷
পানী যোগান আঁচনি
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বিগত সময়ত এগৰাকী কৰ্মচাৰীক পানী যোগান আঁচনিটো চোৱাচিতাৰ বাবে নিয়োগ কৰা হৈছিল যদিও, পানী যোগান দিব নোৱোৰাত কৰ্মচাৰীগৰাকীও গুছি যায় সেই স্থানৰ পৰা ৷ যাৰ বাবে এতিয়া এৰাবাৰীত পৰিণত হৈছে নখন্দা গাঁৱৰ পানী যোগান আঁচনি ৷
লগতে পঢ়ক:ক'ভিড-19ৰ নীতি নিয়মৰ মাজেৰে মৰাণত আৰম্ভ হৈছে দুৰ্গা পূজা