অসম

assam

ETV Bharat / state

লাহৰীঘাটত আদৰ্শ চিকিৎসালয়ত চিকিৎসাৰ অভাৱত মৃত্যু ৰোগীৰ

ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিও অৱশেষত কোনো ডাক্তৰ নাপাই ৰোগীৰ মৃত্যু হোৱাত লাহৰীঘাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ।

medical negligence'

By

Published : Apr 26, 2019, 8:57 PM IST


ধিং , 26 এপ্ৰিল : ৰোগীৰ জীৱনক লৈ চৰম হেতালী চিকিৎসকৰ । চিকিৎসকৰ হেমাহিৰ বাবে এগৰাকী লোকে সাৱতিৱলগীয়া হ'ল মৃত্যুক ৷

ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিও অৱশেষত কোনো ডাক্তৰ নাপাই ৰোগীৰ মৃত্যু হোৱাত লাহৰীঘাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ।

চিকিৎসকৰ হেমাহিৰ বাবে এগৰাকী লোকে সাৱতিৱলগীয়া হ'ল মৃত্যুক

লগতে পঢ়ক : কাজিৰঙাত ভয়ংকৰ পথ দুৰ্ঘটনা;নিহত 2

উল্লেখ্য যে , অঞ্চলটোৰ আব্দুল আৱাল (75) নামৰ লোকজনৰ লাহৰীঘাট বাছ আস্থানত গাড়ীত হঠাতে অসুস্থ হৈ পৰে ৷ উপস্থিত লোকে তেওঁক চিকিৎসালয়লৈ লৈ যায় যদি চিকিৎসালয়খনত প্ৰায় দুঘন্টা সময় ধৰি কোনো ডাক্তৰ নথকাত ৰোগীজনৰ মৃত্যু ঘটে । বিনা চিকিৎসাই ৰোগীৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ABOUT THE AUTHOR

...view details