অসম

assam

ETV Bharat / state

ৰাষ্ট্ৰীয় মুখ স্বাস্থ্য শীৰ্ষক প্ৰশিক্ষণ - ডাঃ ৰুবী কটকী

মৰিগাঁৱত বিভিন্ন দাঁত সম্পৰ্কীয় সমস্যাৰ চিকিৎসাৰ বিষয়ে প্ৰশিক্ষণ

VV

By

Published : Mar 5, 2019, 10:56 PM IST

মৰিগাঁও,৫ মাৰ্চ:মৰিগাঁও অসামৰিক চিকিৎসালয়ত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় মুখ স্বাস্থ্য আঁচনি শীৰ্ষক প্ৰশিক্ষণ ।

উল্লেখযোগ্য যে জিলাখনৰ তিনিটা প্ৰাথমিক স্বাস্থ্যৰ খণ্ডৰ আশাসকলে এই প্ৰশিক্ষণত প্ৰধানকৈ মুখ, দাঁতৰ বিভিন্ন সমস্যা তথা দাঁতৰ স্বাস্থ্য যত্ন, গৰ্ভৱতী মাতৃ,শিশুৰ দাঁতৰ যতনকে আদিকৰি বিভিন্ন দাঁত সম্পৰ্কীয় সমস্যাৰ চিকিৎসাৰ বিষয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে ।

VIDEO

গুৱাহাটী দন্ত চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ ৰুবী কটকীয়ে বিশেষকৈ ভূৰবন্ধা, লাহৰীঘাট আৰু ঝাৰগাঁও প্ৰাথমিক চিকিৎসা খণ্ডৰ অৰ্ধ শতাধিক আশাকৰ্মীয়ে অংশ লয় ।

মৰিগাঁও অসামৰিক চিকিৎসালয় সহ জিএন এম প্ৰশিক্ষণ কক্ষত অনুষ্ঠিত প্ৰশিক্ষণটোত মৰিগাঁৱৰ অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ দন্ত চিকিৎসক ডাঃ প্ৰদীপ সৰকাৰৰ প্ৰমুখ্যে কেইবাজনো দন্ত চিকিৎসকে আগবঢ়াই প্ৰশিক্ষণ ।

ABOUT THE AUTHOR

...view details