অসম

assam

ETV Bharat / state

মৰিগাঁৱত 'অসম জাতীয় পৰিষদ'ৰ যোগদান সমাৰোহ সম্পন্ন

মৰিগাঁৱত AJPৰ যোগদান সমাৰোহ সভা সম্পন্ন ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ 300ৰো অধিক লোকে যোগদান কৰে AJP দলত ৷

By

Published : Nov 6, 2020, 8:13 AM IST

Joining Ceremony of  AJP completed in Morigaon
মৰিগাঁৱত 'অসম জাতীয় পৰিষদ'ৰ যোগদান সমাৰোহ সম্পন্ন

মৰিগাঁও, 6 নৱেম্বৰ :মৰিগাঁৱত 'অসম জাতীয় পৰিষদ'ৰ যোগদান সমাৰোহ সম্পন্ন । প্ৰথমবাৰৰ বাবে মৰিগাঁৱত অনুষ্ঠিত হোৱা এই সমাৰোহত 300 ৰো অধিক লোকে যোগদান কৰে 'অসম জাতীয় পৰিষদ'ত ।

মৰিগাঁৱত 'অসম জাতীয় পৰিষদ'ৰ যোগদান সমাৰোহ সম্পন্ন

মৰিগাঁও জিলাৰ আহ্বায়ক ক্ৰমে,চিমল দেউৰী,বীৰেশ্বৰ মেধি,অৰবিন্দ হাজৰিকা আৰু জয়ন্ত কুমাৰ ডেকাৰ আহ্বানত গান্ধী ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা শতাধিক লোকে আনুষ্ঠানিকভাৱে যোগদান কৰে ৷

উল্লেখ্য যে,যোগদান সমাৰোহত মুখ্য অতিথিৰূপে উপস্থিত থাকে ক্ৰমে,অদীপ কুমাৰ ফুকন,জগদীশ ভূঞাকে আদি কৰি বহু কেইগৰাকী নেতা ৷

লগতে পঢ়ক :সমাপ্ত হ’ল ইউ পিপিএল দলৰ পৰিৱৰ্তন পদযাত্ৰা

ABOUT THE AUTHOR

...view details