মাজুলী,22অক্টোবৰঃযি সময়ত সমগ্ৰ অসমৰ লগতে মাজুলীৰো বহু যুৱক-যুৱতী কামৰ সন্ধানত বহি:ৰাজ্যলৈ গৈছে, ঠিক তেনে সময়তে মাজুলীৰ এগৰাকী শিক্ষিত মহিলা ৰাখী বৰা হাজৰিকাই আৰম্ভ কৰিছে "গৃহলক্ষ্মী" নামৰ পৰম্পৰাগত সাজপাৰ আৰু অসমীয়া গহণাৰ নিৰ্ভৰযোগ্য এখন বিপণী।
মাজুলীৰ কমলাবাৰীত "গৃহলক্ষ্মী" নামৰ বিপণীৰ শুভাৰম্ভ - মাজুলী কমলাবাৰী চাৰিআলি টি.ভি.এছ.
মাজুলী কমলাবাৰী চাৰিআলি টি.ভি.এছ. ডিলাৰৰ সমীপত প্ৰতিষ্ঠা কৰিছে "গৃহলক্ষ্মী" নামৰ বিপণী খন। আজিৰ নাৰীয়ে যে সকলো কাম কৰিব পাৰে তাকেই প্রমাণ কৰি দেখুৱাব বিছাৰিছে মাজুলীৰ ৰাখি বৰা হাজৰিকাই।
মাজুলীৰ কমলাবাৰীত "গৃহলক্ষ্মী" নামৰ বিপণীৰ শুভাৰম্ভ
মাজুলী কমলাবাৰী চাৰিআলি টি.ভি.এছ. ডিলাৰৰ সমীপত প্ৰতিষ্ঠা কৰিছে "গৃহলক্ষ্মী" নামৰ বিপণী খন। আজিৰ নাৰীয়ে যে সকলো কাম কৰিব পাৰে তাকেই প্রমাণ কৰি দেখুৱাব বিছাৰিছে মাজুলীৰ ৰাখি বৰা হাজৰিকাই। মহিলা গৰাকীয়ে এনেদৰে আগবাঢ়ি আহি নিজকে স্বাৱলম্বী কৰি তুলাৰ প্ৰচেষ্টাক শলাগ লৈছে সচেতন লোকসকলে ।
লগতে পঢ়কঃ স্বাস্থ্যবিধি মানি গোলাঘাটত অনুষ্টুপীয়াকৈ দুৰ্গা পূজাৰ আয়োজন