অসম

assam

ETV Bharat / state

পুনৰ লখিমপুৰত বানৰ সংহাৰী ৰূপ - ranga_nodi

ৰঙানদী জলবিদ্যুত প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে ৰঙানদীৰ জলপৃষ্ঠ

পুনৰ লখিমপুৰত বানৰ সংহাৰী ৰূপ

By

Published : Jul 9, 2019, 12:00 PM IST

Updated : Jul 9, 2019, 12:26 PM IST

লখিমপুৰ,9 জুলাইঃ লখিমপুৰত বানৰ সংহাৰী ৰূপ ৷ ৰঙানদী জলবিদ্যুত প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত উটুৱাই নিলে পাচনৈৰ দলং ৷ প্ৰতি ছেকেণ্ডত 404.4 ঘন মিটাৰ পানী এৰিছে প্ৰকল্পটোৰ পৰা ৷মঙলবাৰে ৰঙানদীৰ পানী পুনৰ এৰি দিয়াৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে ৰঙানদী । পাচনৈৰ দলঙখন পানীয়ে উটুৱাই নিয়াত এতিয়া হাহাকাৰ কৰিছে প্ৰায় দহখন গাঁৱৰ মানুহে ৷সম্প্ৰতি যোগাযোগ ব্যাহত হৈ পৰিছে এই সকল লোকৰ ৷বৰষুণ অব্যাহত থাকিলে বান পৰিস্থিতি ইয়াতকৈও ভয়াৱহ হোৱাৰ আশংকা প্ৰকাশ ৷

পুনৰ লখিমপুৰত বানৰ সংহাৰী ৰূপ
Last Updated : Jul 9, 2019, 12:26 PM IST

ABOUT THE AUTHOR

...view details