অসম

assam

ETV Bharat / state

৩ ইঞ্চি দৈঘ্য আৰু ২ ইঞ্চি প্ৰস্থৰ এখন ক্ষুদ্ৰ গ্ৰন্থ

নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ চতুৰ্থ সান্মাষিকৰ ছাত্ৰী ৰিতামণীয়ে লক ডাউনৰ সময়তে লিখি সম্পূৰ্ণ কৰিছিল গ্ৰন্থখন। তিনিটা গল্প সন্নিবিষ্ট ৪৯ পৃষ্ঠাৰ ‘স্পৰ্শ’ নামৰ ক্ষুদ্ৰ গ্ৰন্থখনে পঢ়ুৱৈ সমাজৰ সমাদৰ লাভ কৰিব বুলি আশাবাদী লেখিকা ৰিতামণী বৰা।

By

Published : Oct 21, 2020, 5:39 PM IST

lakhimpur book inauguration program
লখিমপুৰৰ লেখিকাই লিখি উলিয়ালে ৩ ইঞ্চি দৈৰ্ঘ, ২ ইঞ্চি প্ৰস্থৰ ক্ষুদ্ৰ গ্ৰন্থ

লখিমপুৰ, 21 অক্টোবৰ:এখন ক্ষুদ্ৰ গ্ৰন্থ, দৈঘ্য ৩ ইঞ্চি আৰু প্ৰস্থ ২ ইঞ্চি ৷ এই ক্ষুদ্ৰ গ্ৰন্থ খন উন্মোচন কৰা হয় পঢ়ুৱৈ সমাজৰ বাবে । উন্মোচনৰ পূৰ্বেই অসম বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে লখিমপুৰ জিলাৰ লালুকৰ ছাত্ৰী লেখিকা ৰীতামণি বৰাই লিখি উলিওৱা গ্ৰন্থখনে। এই ক্ষুদ্ৰ "স্পৰ্শ" নামৰ গ্ৰন্থখন উন্মোচন কৰে পদ্মশ্ৰী উদ্ভৱ ভৰালীয়ে।

লখিমপুৰৰ লেখিকাই লিখি উলিয়ালে ৩ ইঞ্চি দৈৰ্ঘ, ২ ইঞ্চি প্ৰস্থৰ ক্ষুদ্ৰ গ্ৰন্থ

নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ চতুৰ্থ সান্মাষিকৰ ছাত্ৰী ৰিতামণীয়ে লক ডাউনৰ সময়তে লিখি সম্পূৰ্ণ কৰিছিল গ্ৰন্থখন। তিনিটা গল্প সন্নিবিষ্ট ৪৯ পৃষ্ঠাৰ ‘স্পৰ্শ’ নামৰ ক্ষুদ্ৰ গ্ৰন্থখনে পঢ়ুৱৈ সমাজৰ সমাদৰ লাভ কৰিব বুলি আশাবাদী লেখিকা ৰিতামণী বৰা।
লগতে পঢ়ক: পূৰ্বৰ পৰাজয়ৰ পোটক তোলাৰ লক্ষ্যৰে আজি বেংগালুৰৰ বিৰুদ্ধে কলকাতা

ABOUT THE AUTHOR

...view details