অসম

assam

By

Published : Apr 1, 2019, 9:08 PM IST

ETV Bharat / state

লখিমপুৰত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ৰণডংগা

লখিমপুৰ আৰু নাওবৈচাত নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ প্ৰগতি আৰু উন্নয়নৰ বাবে আকৌ এবাৰ মোডী চৰকাৰৰ ধ্বনিৰে নিৰ্বাচনী সভাৰ শুভাৰম্ভনি কৰে মন্ত্ৰী গৰাকীয়ে ৷

লখিমপুৰত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ৰণডংগা

লখিমপুৰ, 1 এপ্ৰিলঃ সোমবাৰে প্ৰদান বৰুৱাৰ হৈ লখিমপুৰ আৰু নাওবৈচাত নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ প্ৰগতি আৰু উন্নয়নৰ বাবে আকৌ এবাৰ মোডী চৰকাৰৰ ধ্বনিৰে নিৰ্বাচনী সভাৰ শুভাৰম্ভনি কৰে মন্ত্ৰী গৰাকীয়ে৷

লখিমপুৰত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ৰণডংগা

লখিমপুৰত দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ বিৰোধী পক্ষক কথাৰে থকা- সৰকা কৰে মন্ত্ৰী গৰাকীয়ে । উক্ত সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ পুত্ৰ স্বাৰ্থত বদৰুদ্দিন আজমলৰে মিত্ৰতা কৰা বুলি কটাক্ষ কৰে মন্ত্ৰী গৰাকীয়ে৷ হিমন্ত বিশ্ব শৰ্মাৰ আগমনক লৈ বিজেপি কৰ্ম কৰ্তাৰ মাজত ব্যাপক উচাহ দেখিবলৈ পোৱা যায় ।

ABOUT THE AUTHOR

...view details