অসম

assam

ETV Bharat / state

লখিমপুৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ - student union

হাৰমতী ৰে'ল ষ্টেচনত ৰেল অৱৰোধ ছাত্ৰ সংগঠনটোৰ

লখিমপুৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰেল অৱৰোধ

By

Published : Feb 7, 2019, 4:05 PM IST

লখিমপুৰ,৭ফেব্ৰুৱাৰী: সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰতো অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে প্ৰতিবাদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে বৃহস্পতিবাৰে হাৰমতীত ৰে'ল অৱৰোধ কৰে ।

লখিমপুৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰেল অৱৰোধ
হাৰমতী ৰে'ল ষ্টেচনত ৰে'ল অবৰোধ কৰি বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে। ছাত্ৰ সংগঠনটোৰ দাবী
- নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ লগতে পূৰ্ণ স্বায়ত্ত শাসন আৰু দ্বি-নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰক চৰকাৰে।

ABOUT THE AUTHOR

...view details